অসমত শুকুৰবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ৯৩৬

84

ষ্টাফৰিপৰ্টাৰ, অসমত মঙলবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ৯৩৬ লৈ বৃদ্ধি পায়। ইয়াৰে ৫২১ জন কেৱল গুৱাহাটী মহানগনৰীৰ। উল্লেখ্য অসমত মুঠ কৰ’না আক্ৰান্তৰ সংখ্য ১৫,৫৩৬ জন। ইয়াৰে ৯৮৪৮ জন সুস্থ হৈ উঠিছে। ৫৬৫০ গৰাকীৰ চিকিৎসা চলি আছে। উল্লেখ্য অসমত কৰ’নাত ৩৫ জন লোকে প্ৰাণ হেৰুৱাইছে।