অসমত শনিবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ৫৩৫

87

ষ্টাফৰিপৰ্টাৰ, অসমত মঙলবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ৫৩৫ লৈ বৃদ্ধি পায়। ইয়াৰে ৪১০ জন কেৱল গুৱাহাটী মহানগনৰীৰ। উল্লেখ্য অসমত মুঠ কৰ’না আক্ৰান্তৰ সংখ্য ১৬,০৭১জন। ইয়াৰে ১০,৪২৬ জন সুস্থ হৈ উঠিছে। ৫৬০৭ গৰাকীৰ চিকিৎসা চলি আছে। উল্লেখ্য অসমত কৰ’নাত ৩৫ জন লোকে প্ৰাণ হেৰুৱাইছে। এই কথা স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে।