অসমত বৃহস্পতিবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ৮৯২

89

ষ্টাফৰিপৰ্টাৰ, অসমত বুধবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ৮৯২ লৈ বৃদ্ধি পায়। ইয়াৰে ৫৯৮ জন কেৱল গুৱাহাটী মহানগনৰীৰ। ৫৯৮ গৰাকীৰ মাজৰ পৰা ১৮৪ জন কেন্দ্ৰীয় কাৰাগাৰৰ। উল্লেখ্য অসমত মুঠ কৰ’না আক্ৰান্তৰ সংখ্য ২০৬৪৬ জন। ইয়াৰে ১৩,৫৫৪ জন সুস্থ হৈ উঠিছে। ৭০৩৯ গৰাকীৰ চিকিৎসা চলি আছে। উল্লেখ্য অসমত কৰ’নাত ৫০ জন লোকে প্ৰাণ হেৰুৱাইছে। এই কথা স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে।