অসমত বুধবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ৯৭২

98

ষ্টাফৰিপৰ্টাৰ, অসমত বুধবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ৯৭২ লৈ বৃদ্ধি পায়। ইয়াৰে ৩৫৪ জন কেৱল গুৱাহাটী মহানগনৰীৰ। উল্লেখ্য অসমত মুঠ কৰ’না আক্ৰান্তৰ সংখ্য ২৭,৭৪৪ জন। ইয়াৰে ১৮,০৩৩ জন সুস্থ হৈ উঠিছে। ৯৬৪২ গৰাকীৰ চিকিৎসা চলি আছে। উল্লেখ্য অসমত কৰ’নাত ৬৬ জন লোকে প্ৰাণ হেৰুৱাইছে। এই কথা স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে।