ষ্টাফৰিপৰ্টাৰ, অসমত প্ৰযোজ্য নহয় আনলক ৩.০।
অসমত ১৫ আগষ্টলৈ বাহাল থাকিব বৰ্তমানৰ আনলক।
পহিলা আগষ্টৰ পৰা আনলক ৩.০ অসমত প্ৰযোজ্য নহয়। ইফালে শোণিতপুৰত ৩১ জুলাই সন্ধিয়া ৭ বজাৰ পৰা ৩ অাগষ্ট পুৱা ৭ বজালৈ অাৰু ৭ অাগষ্ট সন্ধিয়াৰ পৰা ১০ অাগষ্ট পুৱালৈ লক ডাউন ঘোষণা কৰিছে জিলা উপায়ুক্তই।
