ষ্টাফৰিপোৰ্টাৰ, ১৪ মে’ : অসমত পুনৰ ৭ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। হোটেল ৰেডিছন ব্লুত উপস্থিত হয় বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। আক্ৰান্তসকলক জি এম চি এইছত ভৰ্তি কৰোৱাৰ কথা জনালে স্বাস্থ্যমন্ত্ৰীয়ে। ইফালে ফলাফল নিগেটিভ অহাৰ বাবে জুবিন গাৰ্গ আৰু পত্নীক
গৰিমা শইকীয়া গাৰ্গ,পাৰ্থ গোস্বামী আৰু সহকৰ্মীক
আজি ঘৰলৈ পঠোৱা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে।