অসমত দিনৰ ৩ বজালৈ ৬২ শতাংশ লোকৰ ভোটদান

81

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিত এই পৰ্যন্ত ৬২ শতাংশ লোকে ভোটদান কৰিছে৷ দুপৰীয়া ৩ বজালৈ ৬২ শতাংশ লোকে ভোটদান কৰিছে৷ উজনি-উত্তৰ অসমৰ ১২ খন জিলাৰ ভোট কেন্দ্ৰসমূহত পুৱা ৭ বজাৰ পৰা ভোটৰৰ লানি নিছিগা সোঁত বয়৷ ৫ বজালৈ ভোটদানৰ হাৰ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে৷