অযোধ্যা সাজু

101

ষ্টাফৰিপৰ্টাৰ, অযোধ্যাত এতিয়া উদুলি মুদুলি পৰিবেশ। ন ৰূপেৰে সাজু হৈ উঠিছে অযোধ্যা নগৰী।
চাৰি শতিকাজোৰা প্ৰতীক্ষাৰ অৱসানলৈ মাজত আৰু মাথোঁ ২৪ ঘন্টা। ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাসৰ বাবে ন-ৰূপত সজ্জিত হৈ উঠিছে অযোধ্যা নগৰী। এতিয়া অযোধ্যাত আগতীয়া দীপাৱলীৰ পৰিবেশে বিৰাজ কৰিছে।