অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন: উপস্থিত প্ৰধানমন্ত্ৰী…

132

● অযোধ্যাত অব্যাহত ৰাম মন্দিৰৰ ভূমি পূজন কাৰ্যসূচী।
● উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।


● মুঠ ১৭৫ গৰাকী অতিথিক নিমন্ত্ৰণ জনোৱা হৈছে এই ভূমি পূজন কাৰ্যসূচীলৈ।
● ইয়াৰে ১৩৫ গৰাকীয়ে হৈছে ধৰ্মীয় নেতা।
● অনুষ্ঠানত উপস্থিত আছে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ।
● উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পাটিলৰ লগতে উপস্থিত আছে আৰ এছ এছৰ নেতা মোহন ভাগৱতো।
● মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে ৰাম মন্দিৰ ট্ৰাষ্টৰ অধ্যক্ষ নিত্যগোপাল মহন্তও উপস্থিত অনুষ্ঠানত।