অমৃত কলহ যাত্ৰাই কংগ্ৰেছত লগাইছে গৃহকন্দল৷ অমৃত কলহ যাত্ৰাত অংশ লৈ বিপদত নিলম্বিত কংগ্ৰেছৰ ২ নেতা৷ মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি আইনুল হক চৌধুৰী আৰু গোৱালপাৰা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্ৰুজা বেগমক নিলম্বন৷ নিলম্বনৰ নিৰ্দেশনাত নাম আছে বিধায়ক এ কে ৰছিদ আলমৰ৷
