খালিস্তানী সমৰ্থক নেতা অমৃতপল সিঙৰ আৰু দুজন সহোযোগীক মঙলবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়।
কুলৱন্ত সিং ধলিৱাল আৰু গুৰিন্দৰ পাল সিং নামৰ সহযোগী দুজনক ভিস্তাৰা বিমানযোগে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰলৈ অনা হৈছে।
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ভৰ্তি খালিস্তানী সমৰ্থক অমৃতপল সিঙৰ সহায়কৰ মুঠ সংখ্যা ৭ জনলৈ বৃদ্ধি।
একেটা বিষয়ৰ আনুষ্ঠানিক নিশ্চিতকৰণৰ বাবে এতিয়াও অপেক্ষা কৰা হৈছে।
