অভিনেত্ৰী গীতাৱালী ৰাজকুমাৰী , কন্যাৰ দেহতো কোভিড পজিটিভ

119

মোহময়ী অভিনেত্ৰী গীতাৱালী ৰাজকুমাৰী কোৰোণাত আক্ৰান্ত, কন্যাৰ দেহতো কোভিড পজিটিভ

অভিনেত্রীগৰাকীৰ কন্যা অনুস্কা ৰাজকুমাৰীও আক্রান্ত হৈছে কোৰোণা ভাইৰাছত।
মঙলবাৰে যোৰহাটত ৰেপিড টেষ্ট কৰোৱাৰ পিছতেই কোভিড–১৯ৰ অৱস্থিতি ধৰা পৰে অভিনেত্রীগৰাকীৰ শৰীৰত। 
সোমবাৰে অভিনেত্রীগৰাকীৰ জ্যেষ্ঠ ভগ্নী ড০ শুভালক্ষ্মী ৰাজকুমাৰীও আক্ৰান্ত হৈছিল কোভিড–১৯ত।
ড০ শুভালক্ষ্মী ৰাজকুমাৰী যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক। আনহাতে অভিনেত্রীগৰাকীৰ কন্যা অনুস্কা ৰাজকুমাৰীও আক্রান্ত হৈছে।