অব্যাহত আছে নন কৌশলেৰে বাৰ্মিজ চুপাৰীৰ ছিণ্ডিকেট।

154

কাছাড়ৰৰ কাটিগড়াত এতিয়াও অব্যাহত আছে নন কৌশলেৰে বাৰ্মিজ চুপাৰীৰ ছিণ্ডিকেট।

বিলাসী বাহনেৰে বাৰ্মিজ চুপাৰী মাফিয়া সকলে অব্যাহত ৰাখিছে বাৰ্মিজ চুপাৰী ছিণ্ডিকেট সাম্ৰাজ্য।

আজি দিনৰ ভাগত কালাইন থানাৰ ভাৰপ্ৰাপ্ত অসি বিপুল বিশ্বাসে গোপন সুত্ৰৰ পম খেদি অভিযান চলাই এখন AS 11J 6398 নাম্বাৰৰ বিলাসী বাহনৰ পৰা জব্দ কৰে বাৰ্মিজ চুপাৰী লগতে দুই জন পাচাৰকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

আটক কৰা দুজনৰ ওপৰত সূদপোছ অব্যাহত ৰাখিছে কালাইন আৰক্ষীয়ে ইয়াৰ লগতে জৰিত থকা বাকী সকলো পুলিচৰ জালত পৰাৰ সম্ভাবনা আছে বুলি জানিব পৰা গৈছে।