অব্যাহত আছে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…

78

ডিজিটেল ডেস্ক: ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ বলিছে। বিটিচি নিৰ্বাচনৰ পিছত আজি অনুষ্ঠিত হৈছে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ কাৰ্যসূচী। উল্লেখ্য যে, আজি ৩৬টা পৰিষদীয় সমষ্টিৰ বাবে ৪০৪টা ভোটদান কেন্দ্ৰত ভোটগ্ৰহন আৰম্ভ হৈছে।

প্ৰণিধানযোগ্য যে, তিৱা স্বায়ত্ব পৰিষদৰ ৩৬টা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৪,৩৩,১৮৩জন। ইয়াৰে ২১,৮২৪০জন পুৰুষ আৰু ২১,৪৯৪২জন মহিলা ভোটাৰ হোৱাৰ লগতে এজন তৃতীয় লিংগৰ ভোটাৰ।