অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে CITUৰ অৱস্থান ধৰ্মঘট

71

নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে দুৰ্বিসহ কৰি তুলিছে শ্ৰমজীৱিলোকৰ জীৱন। ২০১৬ চনৰ পৰা পেট্ৰ’ল- ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ ৪৫ পৰা ৯৫ শতাংশ পৰ্যন্ত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি অৱস্থান ধৰ্মঘট কৰে CITU কামৰূপ মহানগৰ জিলা সমিতিয়ে। অতিশীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে আগন্তুক নিৰ্বাচনত EVM ৰ বুটাম টিপি  সাধাৰণ জনতাই ইয়াৰ প্ৰত্যুত্তৰ দিব সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক ।