ষ্টাফ ৰিপোৰ্টাৰ, ২৭ এপ্ৰিল : ২০১৯-২০ বৰ্ষৰ মেট্ৰিকৰ ফলাফল দিবলৈ সাজু ছেবা। ছেবাৰ অধীনৰ ৩৯টা জ’নৰ কাম-কাজ সম্পন্ন কৰা হৈছে। লকডাউনৰ মাজতে ফলাফল ঘোষণাৰ যাৱতীয় পৰ্যায় সম্পন্ন।