অচিৰেই বৃদ্ধি পাব গুটখা, চিগাৰেট, শীতল পানীয়ৰ দাম

24

অচিৰেই বৃদ্ধি পাব গুটখা, চিগাৰেট, শীতল পানীয়ৰ দাম!

এইসমূহ সামগ্ৰীৰ GST বৃদ্ধিৰ সম্ভাৱনা প্ৰৱল।

বৰ্তমানৰ ২৮ ৰ পৰা ৩৫% লৈ বৃদ্ধি হব পাৰে GST।

২১ ডিচেম্বৰত GSTৰ পৰিষদৰ বৈঠকত হ’ব পাৰে সিদ্ধান্ত।

পানী, নোটবুক,চাইকেল আদি সামগ্ৰীৰ GST হ’ব পাৰে হ্ৰাস।

জীৱনবীমা,স্বাস্থ্য বীমাৰ GST হ্ৰাসৰো সিদ্ধান্ত হ’ব পাৰে এই বৈঠকত।