অকালতে হেৰাই গ’ল এক সম্ভাৱনাময় প্রতিভা

115

ষ্টাফৰিপৰ্টাৰ,অকালতে হেৰাই গ’ল এক সম্ভাৱনাময় প্রতিভা।বাংগালুৰুৰ এখন চিকিৎসালয়ত বুধবাৰে নিশা চিৰদিনৰ বাবে আঁতৰি গ’ল কাকপথাৰৰ ঋষভ দত্ত নামৰ কিশোৰজন। জটিল ৰোগত আক্ৰান্ত হৈ যুৱ প্ৰতিভাজনে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়। ‘