ডিজিটেল ডেস্কঃ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক ভগৱান ৰামৰ সৈতে তুলনা জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰশ্বিদৰ।
খুৰশ্বিদে ৰাহুল গান্ধীৰ প্ৰশংসা কৰি তেওঁক তুলনা কৰে ভগৱান ৰামৰ সৈতে।
তেওঁ কয়, “কেতিয়াবা ৰামজীক ঢুকি নোপোৱাৰ সময়ত ভাৰতে ‘খদৌ’ লৈ ঠায়ে ঠায়ে যায়। তেনেকৈয়ে আমি উত্তৰ প্ৰদেশত ‘খদৌ’ কঢ়িয়াই লৈ ফুৰিছো। এতিয়া ‘খদৌ’ উত্তৰ প্ৰদেশ পোৱাৰ লগে লগে ৰাম জীয়ে ( ৰাহুল গান্ধী)ও আহিব।’
