ষ্টাফৰিপৰ্টাৰ, ১৯ জুন : ৰাষ্ট্ৰীয় মজদূৰ কংগ্ৰেছ, অসম ৰাজ্যিক সমিতিৰ যুৱ গোটৰ সভাপতি পদৰ বাবে নিযুক্তি দিয়া হৈছে প্ৰাণজিত দাসক। তেওঁক বৃহস্পতিবাৰে নিযুক্তি পত্ৰ দিয়া হয়। ৰাষ্ট্ৰীয় মজদূৰ কংগ্ৰেছৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Latest article
তেতেলীৰ উপকাৰীৰ কথা জানেনে
তেতেলি ( Tamarind)এবিধ বৰ উপকাৰী ফল। পকা তেতেলি দেখা মাত্ৰেই মুখত টেঙা-মিঠা অনুভৱ হোৱাৰ লগে লগেই নিগৰি আহে জিভাৰ পানী। তেতেলি দাইলত দি, শাকৰ...
যুদ্ধংদেহী ৰূপত দেখা গৈছে ভাৰতীয় সেনাক
যুদ্ধংদেহী ৰূপত দেখাত গৈছে ভাৰতীয় সেনাক। পহলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাঙি পেলোৱা হৈছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ। শেহতীয়াকৈ জম্মু-কাশ্মীৰত আৰু দুটা সন্ত্ৰাসবাদীৰ...
আপুনি কাছৰ আঙঠি পিন্ধে নে
যদি আপুনিও কাছৰ আঙঠি পিন্ধে, তেন্তে এই নিয়মবোৰ মানি চলাটো গুৰুত্বপূৰ্ণ। কাছৰ আঙঠি পিন্ধাৰ নিয়ম মানি নচলা ব্যক্তিয়ে জীৱনত নেতিবাচক প্ৰভাৱৰ সন্মুখীন হ’বলগীয়া হ’ব...