ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ নিৰ্লজ্জ কাণ্ড

450

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ নিৰ্লজ্জ কাণ্ড৷ এইবাৰ গৰ্ভৱতী মহিলাক কামপুৰৰ কচুৱাত চিকিৎসাকৰ্মীয়ে চলালে নিৰ্যাতন৷ জননী সুৰক্ষাৰ নামত অৰ্থলোভী নাৰ্ছে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ কচুৱা থানাত ইতিমধ্যেই ৱাহিদা খাতুনৰ বিৰুদ্ধে মহিলাগৰাকীৰ স্বামীৰ এজাহাৰ দাখিল কৰিছে।আৰক্ষীয়ে কি সিদ্ধান্ত লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ’ব।