ৰাজ্যৰ মাধ্যমিক শিক্ষাত হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা

316

ৰাজ্যৰ মাধ্যমিক শিক্ষাত হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা। ২০২২-২৩ৰ তুলনাত ২০২৩-২৪ বৰ্ষত দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী ৪৯ হাজাৰতকৈ অধিক কমিল। ২০২২-২৩ত দ্বাদশ শ্ৰেণীত আছিল ২,৩২,৬১৬ শিক্ষাৰ্থী আৰু ২০২৩-২৪ত দ্বাদশ শ্ৰেণীৰ মুঠ শিক্ষাৰ্থী ১,৮৩,২৭৯ গৰাকী।