দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ মাতৃ যমুনা ডেকাই শনিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ।
দীৰ্ঘদিন ধৰি অসুস্থতাৰ সৈতে যুঁজি থকা যমুনা ডেকা চিকিৎসাধীন হৈ আছিল।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কলিতাৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনায়।