নাওবৈচাৰ শিঙৰা নদীৰ প্ৰলয়ংকৰী বানে ধুৱাই নিয়া লখিমপুৰ জিলাৰ নাওবৈচাৰ বান পৰিস্থিতিৰ বুজ লয় কংগ্ৰেছৰ সভাপতি ভুপেন বৰা নাওবৈচাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ যুৱ কংগ্ৰেছৰ সদস্যৰ লগতে বহুকেইজন কেইজন কংগ্ৰেছী নেতা কৰ্মীয়ে ।
ভগ্ম মথাউৰিৰ নিৰিক্ষণ কৰি বানবিধ্বস্ত গাও সমুহ হলমৰীয়া, কোঁৱৰপুৰ, কলাখোৱাৰ বানপিড়িত লোকৰ কাষত উপস্থিত হৈ ক্ষয়খতিৰ অভাৱ অভিযোগৰ বুজ লয় ।
ৰাহুল গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি বানাক্ৰান্তৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে অতি সোনকালে ক্ষয়ক্ষতি পুৰণৰ দাবী চৰকাৰক জনাৱ বুলি কয় ভুপেন বৰাই।
