গুৱাহাটীঃ ৰাজ্যত আকৌ ৩৮০জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে শুকুৰবাৰৰ দিনটোত। ইয়াৰ পিছতে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ২০৬০১৫জনলৈ।
ইফালে ৰাজ্যত এতিয়ালৈকে কোৰোনা আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৯২৬ জন লোকৰ। বৰ্তমান ১০৪২১জন ৰোগী চিকিৎসাধীন হৈ আছে।