ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

61

ৰাজ্যৰ ৮ জিলাত হ’ব বৰষুণ!

১৬খনকৈ জিলাত Yellow Alert জাৰি!

বতৰ বিজ্ঞান বিভাগে দিলে ডাঙৰ সতৰ্কবাণী!

ৰাজ্যত পুনৰ বতৰে সলাইছে ৰূপ।

বতৰ বিজ্ঞান বিভাগে প্ৰদান কৰিছে ডাঙৰ সতৰ্কবাণী।

ৰাজ্যৰ ১৬খন জিলাত বতৰ বিজ্ঞান বিভাগে আজি Yellow Alert জাৰি কৰিছে।

আৰু ৮ খন জিলাত বৰষুণৰ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালাপাৰা, নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, হাইলাকান্দি, শ্ৰীভূমি,মাজুলী,।

যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বতৰ বিজ্ঞান বিভাগে আজি Yellow Alert জাৰি কৰিছে।

বতৰ বিজ্ঞান বিভাগে আজি Yellow Alert জাৰি কৰা জিলাসমূহত ঘন কুঁৱলীয়ে আগুৰি থকাৰ সম্ভাৱনা আছে।

মাজুলী, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।

বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি জিলা সমূহত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।