ৰাজ্যত ক্ৰমাৎ বানে লৈছে ভয়াৱহ ৰূপ

64

ৰাজ্যত ক্ৰমাৎ বানে লৈছে ভয়াৱহ ৰূপ ৷

বুৰ গৈছে ইখনৰ পাচত সিখন গাঁও ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ১২ খন জিলাৰ ৩৬ টা ৰাজহ চক্ৰৰ ৬৭১ খন গাঁও বানৰ কবলত পৰিছে ৷

চলিত বছৰত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পাইছে ৷