ৰাজ্যত আকৌ ছোৱাইন ফ্লুৰ আতংক।
ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু এটি শিশুৰ।
ইনফ্লুৱেঞ্জাৰ লগতে কণমানিজনীৰ দেহত পোৱা গৈছে ছোৱাইন ফ্লুৰ সংক্ৰমণ।
স্বাস্থ্য বিভাগে সদৰি কৰিছে এই তথ্য।
শেহতীয়াকৈ হাইলাকান্দি জিলাত দেখা দিছে ছোৱাইন ফ্লুৰ আতংক।