ৰাজ্যজুৰি ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি

337

ৰাজ্যজুৰি ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি চলিছে সমান্তৰালভাৱে গোলাঘাটৰ লক্ষীবাৰী শ্ৰীমন্ত শংকৰজ্যোতি আঞ্চলিক কলামঞ্চ উদ্যোগত তিনি দিনীয়া কাৰ্যসূচীৰে অনুস্থিত কৰিব শ্ৰীকৃষ্ণ ৰাসলীলা আৰু পূৰ্ণাংগ নাটক প্ৰদৰ্শন। অহা ৭,৮ আৰু ৯ নবেম্বৰত অনুস্থিত হব লগা ৰাসলীলা আৰু পূৰ্ণাংগ নাটৰ বাবে ইতিমধ্যেই প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে। উল্লেখযোগ্য যে উক্ত কাৰ্যসূচীত অভিনয় কৰিব বেহাৰবাৰী আউটপ’ষ্টৰ মোহন খ্যাত দীপজ্যোতি কেওটৰ লগতে অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনীয়ে।