ৰাজীৱ ভট্টাচাৰ্যক ত্ৰিপুৰা বিজেপিৰ নতুন সভাপতি নিযুক্তি

223

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই বৃহস্পতিবাৰে ৰাজীৱ ভট্টাচাৰ্যক ত্ৰিপুৰা ইউনিটৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়ে।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে ৰাজীৱ ভট্টাচাৰ্য্যক নিযুক্তি সন্দৰ্ভত এখন পত্ৰ জাৰি কৰিছে।

উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ঠাইত ড০ মানিক সাহাক নিযুক্তি দিয়াৰ পিছত শাসকীয় দলটোৱে এতিয়া আগ্ৰহেৰে দলৰ সভাপতিৰ পদটোলৈ চাই আছে যিটো দলৰ আন কোনোবা নেতাইও গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।