ৰাজপথত চালানী মাছৰ উজান

78

ৰূপহীহাটৰ নগাঁও-নলতলী ৰাজ্যিক ঘাইপথত চালানী মাছৰ উজান।

মাছ কঢ়িওৱা টাটা মেজিক বাহনৰ চকা ফুটি বাগৰি পৰে ৰাজ্যিক ঘাইপথত।

ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত শালপাৰাত এই ঘটনা

নগাঁৱৰ পৰা তেজপুৰ অভিমুখী মাছ ভৰ্তি বাহখন দুৰ্ঘটনাগ্ৰস্থ হোৱাত ৰাজপথত মাছৰ উজান।

দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ হৈছে AS 12CC 2910

লক্ষাধিক টকাৰ মাছ এই দৰে ৰাস্তাত পৰি থকা দেখি স্থানীয় ৰাইজে পথৰ পৰা উদ্ধাৰ কৰে মাছ সমূহ।

সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় মাছ ভৰ্তি বাহনখনৰ চালক।