ৰঙিয়াৰ তিনিয়ালীত ভয়ংকৰ পথ দুৰ্ঘটনা

116

ৰঙিয়াৰ তিনিয়ালীত ভয়ংকৰ পথ দুৰ্ঘটনা ।তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে মৃত্যু হয় দুজনৰ ।ক্ষুদ্ধ ৰাইজে জ্বলাই দিয়ে ডাম্পাৰ। নিহত লোক দুজন ৰঙিয়া গোগ মালাচাৰ নজিম আৰু বাবু বুলি জানিৱ পৰা গৈছে ।ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰন কৰিবলৈ চেস্থা অব্যাহত ৰাখিছে।