‘৯ বছৰে কংগ্ৰেছে বাগানলৈ যাবলৈ সময় নাপালে। এতিয়া ভগা চাইকেল চলাই ভূপেন বৰাই বাগান ঘূৰি ফুৰিছে’। ‘বাগানে বাগানে কংগ্ৰেছ’ অনুষ্ঠানত অংশ লৈ বাগানৰ জনতাৰ পৰিস্থিতিৰ বুজ লোৱা ভূপেন বৰাক কটাক্ষ দিগন্ত কলিতাৰ। বাগানত বিজেপিয়ে ৰান্ধি দিয়া ভাতত কংগ্ৰেছে বিষ ঢালিবলৈ গৈছে বুলিও মন্তব্য বিধায়কগৰাকীৰ।
