৮০টা দিন অতিক্ৰম কৰিলে মধ্যপ্ৰাচ্যৰ যুদ্ধই। পুনৰ ইজৰাইলী সেনাৰ আক্ৰমণ গাজা ষ্ট্ৰীপত। গাজাৰ আল-মাদাজী শৰণাৰ্থী শিবিৰত আক্ৰমণ। আক্ৰমণত মৃত্যু শিশুসহ ৭০জনৰো অধিক পেলেস্তাইনীৰ।আক্ৰমণ অব্যাহত ৰখাৰ কথা ঘোষণা ইজৰাইলী সেনাৰ।