৫০ লাখৰ ঘৰ অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ WhatsApp চেনেলৰ Followersয়ে৷ কম সময়ত ৫০ লাখ Followers অতিক্ৰম কৰা প্ৰথমগৰাকী ব্যক্তিহিচাপে পৰিগণিত মোদী৷ Followers বৃদ্ধিৰ পাছতেই সকলোকে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ৷