The world's oldest dog, a Portugal canine named Bobi, is celebrating his milestone 31st birthday on Thursday. Bobi, born May 11, 1992, was named the world's oldest dog living and oldest dog ever by Guinness World Records earlier this year. https://www.guinnessworldrecords.com/news/2023/2/oldest-dog-ever-record-broken-by-30-year-old-bobi-from-portugal-736224
গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি বিশ্বৰ এতিয়ালৈকে আটাইতকৈ বয়সীয়াল কুকুৰটোৱে শেহতীয়াকৈ ৩১ সংখ্যক জন্মদিন উদযাপন কৰে।
১৯৯২ চনৰ ১১ মে’ত জন্মগ্ৰহণ কৰা বিশুদ্ধ জাতৰ পৰ্তুগীজ কুকুৰ ববী পৰ্তুগীজৰ গ্ৰাম্য কনকুৱেৰ’ছ গাঁৱত বাস কৰে।
গিনিজে প্ৰকাশ কৰা অনুসৰি কুকুৰটোৰ মালিকে পৰম্পৰাগত পৰ্তুগীজ জন্মদিনৰ পাৰ্টিৰে ববীৰ জন্মদিন উদযাপন কৰে।
এই জন্মদিনৰ অনুষ্ঠানত এশ জনৰো অধিক লোক উপস্থিত থাকে।
