১৯ মাৰ্চৰ পৰা উচ্চতম ন্যায়ালয়ত হ’ব CAAৰ শুনানি

271

১৯ মাৰ্চৰ পৰা উচ্চতম ন্যায়ালয়ত হ’ব CAAৰ শুনানি। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠত হ’ব শুনানি। মহাসংঘৰ গোচৰসহ CAA বিৰোধী ২৩৭টা গোচৰ শুনানি অনুষ্ঠিত হ’ব। এই কথা সদৰী কৰে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে।