১৩ বছৰীয়া এটি শিশুৱে হাস্পতালৰ পৰা চুৰি কৰি নিলে এম্বুলেন্স, তাৰ পিছত…

59

ডিজিটেল ডেস্কঃ কেৰালাৰ থ্ৰিছুৰত এজন ১৩ বছৰীয়া শিশুৱে এখন চিকিৎসালয়ৰ পৰা এখন এম্বুলেন্স চুৰি কৰি ৮ কিলোমিটাৰ দূৰত্বলৈ চলাই নিয়াৰ অভিযোগ উত্থাপন হৈছে।

চিকিৎসালয়ৰ কৰ্মচাৰীৰ পুত্ৰও ল’ৰাটোৱে জ্বৰ আৰু তেজৰ সংখ্যা কম হোৱাৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰায় এসপ্তাহ ধৰি।

ল’ৰাজনক গাড়ী চলাই থকা দেখি স্থানীয় লোকে এই বিষয়ে আৰক্ষীক অৱগত কৰে।

পিছত আৰক্ষীয়ে শিশুটিক ৰখাই এম্বুলেন্সখন নিজৰ জিম্মাত লয়।

ঘটনাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।