হোজাই আৰক্ষীৰ পুনৰ ড্ৰাগছ বিৰোধী অভিযান

241


অসম আৰক্ষী যিমানে সতৰ্ক নহওক কিয় সৰবৰাহ কাৰীয়ে প্রতি দিনে ন ন কৌশল অৱলম্বন কৰি চলাই গৈছে সৰবৰাহ। এক গোপন সূত্ৰ পমখেদি হোজাই আৰক্ষীয়ে ভূঞাপট্টিৰ পৰা ২০তা ব্ৰাউন চুগাৰৰ কনতেনাৰ জব্দ কৰে।কনতেনাৰ সহ ড্ৰাগছ সৰ্বৰাহকাৰী ভূঞাপতি নিজ বাস গৃহ ৰ পৰা আব্দুল মজিদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হোজাই আৰক্ষীয়ে।
জব্দ কৰা ব্ৰাউন চুগাৰ খিনি ওজনৰ পৰিমাণ প্ৰায় ২০গ্ৰাম।যিখিনি আনুমানিক বজাৰ মূল্য ১লাখ টকাৰ।