হোজাই আদৰ্শ বজাৰৰ মেইন ৰোডত সাৰক লৈ উপ্তত্তৰ পৰিস্থিতি

152

হোজাই আদৰ্শ বজাৰৰ মেইন ৰোডত সাৰক লৈ উপ্তত্তৰ পৰিস্থিতি।
কমেও পাঁচ শতাধিক ৰাইজে আবদ্ধ কৰে ৰাজপথ।
যান-যতৰ সৃষ্টি হোৱা লগতে ছাত্র-ছাত্ৰী বিদ্যালয়লৈ যোৱাত বাধাৰ সৃষ্টি হয়।
পুৱতি নিশাৰ পৰা সাৰ নিবলৈ আহি সাৰ নাপায় সৃষ্টি কৰে উপ্তত্তৰ পৰিস্থিতি সৃষ্টি হয়।
এম এছ ফৰমা নামৰ সাৰৰ বিপনি খনৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে আভিযোগ উত্থাপন হৈছে।
সাৰৰ বিপনিখনৰ স্বত্বাধিকাৰীয়ে বাহিৰ কলা বজাৰত বেছি দামত সাৰ বিক্ৰী কৰা অভিযোগ।
ৰাইজে প্ৰতিবাদ কৰাত পলায়ন কৰে সাৰৰ বিপনি খনৰ স্বত্বাধিকাৰী।
আৰোক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰি পুণ লাইন পতাই সাৰ দিয়া হব বুলি কোৱাত শান্ত হয় পৰিস্থিতি।