হোজাইত মাস্ক বিতৰণ আৰক্ষী বিষয়াৰ…

81

সমৰ দেৱনাথ, হোজাইঃ মহামাৰী কোৰোনাৰ দ্বিতীয় ঢৌৱে ভয়াবহ ৰূপ ধাৰণ কৰিছে সমগ্ৰ দেশৰ লগতে অসমত। তাৰ মাজতে মানুহৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি হোজাইত মাস্ক বিতৰণ কৰা পৰিলক্ষিত হল হোজাই সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌতম কুমাৰক।

হোজাইৰ মাজমজিয়াত আৰক্ষী বিষয়াগৰাকীয়ে প্ৰায় ১০০০ খন মাস্ক বিতৰণ কৰে দুখীয়া আৰু মধ্যবিত্তৰ মাজত। ইয়াৰ দ্বাৰা মাস্ক পিন্ধাৰ দিশত সজাগতাও সৃষ্টি কৰিবলৈ হয় বিষয়াগৰাকী।