হোজাইত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, কি ক’লে বন্যহস্তীৰ উপদ্ৰৱৰ বিষয়ে…

181

সমৰ দেৱনাথ, হোজাইঃ হোজাই জিলাৰ কোভিড পৰিস্থিতিৰ বুজ ল’বলৈ আজি বিয়লি জিলাখনত উপস্থিত হয় ৰাজ্য চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য। মন্ত্ৰিত্ব গ্ৰহণৰ পিছত প্ৰথমবাৰৰ বাবে হোজাই জিলাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কোভিড পৰিস্থিতিৰ বুজ লয়।

ইফালে সাংবাদিকৰে হোৱা বাৰ্তালাপত বনমন্ত্ৰীগৰাকীয়ে লংকাৰ উদালিত সংঘটিত চিকিৎসক আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে। হোজাইত প্ৰায় প্ৰতিদিনে সংঘটিত বন্যহস্তীৰ উপদ্ৰৱ আৰু বন বিভাগৰ ব্যৰ্থ ভুমিকাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি বনমন্ত্ৰীগৰাকীয়ে কয় যে বনাঞ্চল বৃদ্ধি হলে পৰৱৰ্তী সময়ত বন্যহস্তীৰ উপদ্ৰৱ হ্ৰাস পাব।

সাংবাদিকৰ সন্মুখত আৰু কি ক’লে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই, শুনক…