হেকাৰৰ কবলত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ

389

ৰাজ্যত সঘনাই সংঘটিত হৈছে এটাৰ পিছত অন্য এটা হেকাৰৰ ঘটনা।এইবাৰ হেকাৰৰ কবলত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। ইতিমধ্যেই মীৰা বৰঠাকুৰৰ ফেচবুক একাউণ্ট হেক কৰা ঘটনাক লৈ চৌদিশে তোলপাৰ লাগিছে। ঘটনা সন্দৰ্ভত হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে।