হৃদৰোগত আক্ৰান্ত কৰিঅ’গ্ৰাফাৰ ৰেম’ ডিচুজা

71

ডিজিটেল ডেস্ক:- বলিউডৰ কৰিঅ’গ্ৰাফাৰ ৰেম’ ডিচুজা হৃদৰোগত আক্ৰান্ত হৈছে। ডিচুজা আকস্মিকভাবে হৃদৰোগত আক্ৰান্ত হোৱাত তেওঁক মুম্বাইৰ এখন চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, বৰ্তমান ৰেমোৰ অৱস্থা কিছু উন্নত হৈছে। ইতিমধ্যে তেওঁৰ এণ্ড্ৰিঅ’গ্ৰাফী অস্ত্ৰোপচাৰ সম্পন্ন হৈছে।