দেওবাৰে হাজোৰ অভয়পুৰত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ। দলৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থকা এই যোগদান সমাৰোহতে সদ্য পদত্যাগী কংগ্ৰেছ নেতা দুলু আহমেদে অসম জাতীয় পৰিষদত যোগদান কৰে। তদুপৰি কংগ্ৰেছৰ কেইবাজনো নেতা-কৰ্মীয়েও অসম জাতীয় পৰিষদত দেওবাৰে যোগ দিয়ে। এই যোগদান কাৰ্যসূচীৰ পিছতে বাইক ৰেলী কৰে অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে।
Latest article
অসমত ষ্টকহোল্ডিং ডিজিডক মুকলি: ডিজিটেল ডকুমেণ্ট মেনেজমেণ্টৰ বাবে এক গেম চেঞ্জাৰ
ডিজিটেল ৰূপান্তৰৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ষ্টক হোল্ডিং কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেড(ষ্টকহল্ডিং)-এ অসমত মুকলি কৰিলে নিজৰ অভিনৱ প্লেটফৰ্ম ষ্টকহোল্ডিং ডিজিডক। মুখ্যমন্ত্রী ড০ হিমন্ত...
বিবিচিৰ তথ্যচিত্ৰ ছিৰিজক লৈ উচ্চতম ন্যায়ালয়ত শুনানী
উচ্চতম ন্যায়ালয়ে সোমবাৰে বিবিচিৰ তথ্যচিত্ৰ ছিৰিজ 'ইণ্ডিয়া: দ্য মোদী কইছন' (India: The Modi Question)ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞাৰ গোচৰৰ শুনানি গ্ৰহণ কৰে। ন্যায়াধীশ সঞ্জীৱ...
ধৰ্মা প্ৰডাকচনত দুই হাজাৰ কোটি বিনিয়োগ আদাৰ পুনাৱালাৰ
আদাৰ পুনাৱালা নেতৃত্বাধীন চিৰিন প্ৰডাকচনে কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ সৈতে অংশীদাৰীত্ব কৰিছে। আদাৰ পুনাৱালাই ধৰ্মা প্ৰডাকচনত দুই হাজাৰ কোটি বিনিয়োগ কৰিছে। এই বিনিয়োগৰ জৰিয়তে,...