হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য

101

ষ্টাফৰিপৰ্টাৰ, ১১ জুন :: অসম মাধ্যমিক শিক্ষা পৰিষদে অলপতে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাধাৰণ গণিতত ১০০ ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ধেমাজিৰ ৰক্তিম ৰঞ্জন সন্দিকৈয়ে। বৰদলনিৰ
শঙ্কৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ৰক্তিমে সৰ্বমুঠ ৫৭৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ৰক্তিম বৰদলনি কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা যোগানন্দ শইকীয়া আৰু উষা বুঢ়াগোহাঁইৰ কনিষ্ঠ পুত্ৰ।