হাইলাকান্দিত ভয়ংকৰ ঘটনা

131

হাইলাকান্দিত চাঞ্চল্যকৰ ঘটনা। কাটলিছেৰাৰ কাটানলা গাঁৱত জলাশয়ৰ পৰা উদ্ধাৰ দুটা মৃতদেহ। মৃতদেহ দুটা সৰঞ্জয় ত্ৰিপুৰা আৰু ধনঞ্জয় ত্ৰিপুৰাৰ বুলি চিনাক্ত। যোৱা শনিবাৰৰ পৰা নিখোজ হৈ আছিল দুই ভাতৃ। দুই কিশোৰক হত্যা কৰাৰ সন্দেহ। মৃতদেহত আঘাতৰ চিন স্পষ্ট।