হঠাৎ দিয়া চৰকাৰী নীতি নিৰ্দেশনাই বিপাঙত পেলাইছে সৰ্বসাধাৰনক

83

ৰজা আৰু প্ৰজাৰ মাজত দূৰত্ব অসীম। তথাপি প্ৰজাই ৰজাৰ পৰা কিছু সাহাৰ্য পাই হ’লেও স্বস্তিৰ নিশ্বাস পেলাব পাৰে যদিও বিপাঙত পৰে মধ্যবিত্ত লোক সকলক।

হয় আমি কব বিচাৰিছো হঠাৎ দিয়া চৰকাৰী নীতি-নিৰ্দেশনাৰ কথা, যিবোৰে বিপাঙত পেলাই মধ্যবিত্ত পৰিয়ালৰ লোকসকলক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষৰ শাসনভাৰ লোৱাৰ পৰাই যেন ভাৰতবৰ্ষৰ লগতে অসমত দূৰ্দিনৰ সূচনা কৰিছে। যাৰ ফলত বিপাঙত পৰিছে শ্ৰমজীৱি খাটিখোৱা জনতা। নোটবন্দী,লকডাউন আৰু বৰ্তমানৰ SOP য়ে দূৰ্যোগ নমাই আনিছে সাধাৰন ব্যৱসায়ীসকলক।

নলবাৰী জিলাৰ ডিপ্তা সুৰাদীৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলো পৰিছে বিপাঙত। যাৰ ফলত ব্যৱসায়ী সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনেদৰে।