সৰ্থেবাৰীত প্লাষ্টিকৰ বিৰুদ্ধে সৰ্থেবাৰী পৌৰসভাৰ অভিযান

198

সৰ্থেবাৰীত প্লাষ্টিকৰ বিৰুদ্ধে সৰ্থেবাৰী পৌৰসভাৰ অভিযান।
সৰ্থেবাৰী পৌৰসভাই একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ,বিক্ৰী আৰু মজুতকৰণৰ বিৰুদ্ধে অভিযান চলায় ।
এই অভিযানত কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানতৰ পৰা জব্দ প্লাষ্টিকৰ সামগ্ৰী।
কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীক জৰিমনা।
এই অভিযানত সৰ্থেবাৰী পৌৰসভাৰ সভানেত্ৰী স্বৰ্ণলতা বৰ্মন, পৌৰসভাৰ কেবাগৰাকীও পাৰিষদ উপস্থিত আছিল।