সৰভোগত মটৰ চাইকেলৰ বৃহৎ সমদল

303

ব্ৰিটিছ সকলৰ শাসনৰ পৰা আমাৰ দেশখন ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি সৰভোগ থানাৰ উদ্যোগত এক পদযাত্ৰা মটৰ চাইকেল সমদল উলিয়াই । সৰভোগ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্জীৱ কুমাৰ দাসে কয় হৰ ঘৰ তিৰংগা ’ কাৰ্যসূচী সফল কৰি তুলিবলৈ সৰভোগবাসী ৰাইজে সহায়-সহযোগিতা আগবঢ়াই বুলি জানিব দিয়ে। অসমৰ মুখ্যমন্ত্ৰী নিৰ্দেশমৰ্মে বৰপেটা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত বৰপেটাৰ পৰা একশতকৈ অধিক বাইকৰে সৰভোগ থানাৰ বাইক ৰেলীত অংশগ্ৰহণ কৰি ঘৰে ঘৰে তিৰংগা লগোৱা সম্পকে সজাগতা অভিযান চলাই । এই ৰেলী ৬-৭ কিলোমিটাৰ পদযাত্ৰা মটৰ চাইকেলৰে অমৃত কা মহোৎসৱ আৰু ১৫ আগষ্ট উপলক্ষে হৰে ঘৰে ঘৰে তিৰংগা পতাকা লগোৱা লগাবলৈ আহ্বান জনায় ।
প্ৰতিজন মানুহে যাতে ১৩ -১৫ তাৰিখলৈ নিজৰ ঘৰে ঘৰে তিৰংগা পতাকা লগোৱাই । সমাগত ১৫ আগষ্টত অসমত কোনো দুষ্টলোকে কুঠাগাত কৰিব নোৱাৰে তাৰে অসম পুলিচে চোকা দৃষ্টি ৰাখিব বুলি সদৰি কৰে